
অলিম্পিকত ভাৰতৰ দ্বিতীয়টো পদক।
বেডমিন্টনত পুনৰ ব্ৰঞ্জৰ পদক পি ভি সিন্ধুৰ।
মহিলা একক শাখাত পি ভি সিন্ধুৰ ব্ৰঞ্জ পদক দখল।
তৃতীয় স্থানৰ বাবে চীনৰ হি বিংজিয়াওৰ বিৰুদ্ধে খেলিছিল সিন্ধুৱে।
২০১৬চনৰ অলিম্পিকতো বেডমিন্টনৰ মহিলা একক শাখাত পি ভি সিন্ধুৱে অৰ্জন কৰিছিল ৰূপৰ পদক।
অলিম্পিকত দুটাকৈ পদক দখল কৰা পি ভি সিন্ধু ভাৰতীয় খেলুৱৈ।