sangbad lahar logo

বেংকৰ ঋণ কেলেংকাৰীৰ বাবে আটক অশোক শইকীয়াক।

চিবিআইয়ে আটক কৰিছে অশোক শইকীয়াক।এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰীৰ গোচৰত আটক শইকীয়াক। ২০২/৯৮ নম্বৰত এই সম্পৰ্কত পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *