sangbad lahar logo

বুধবাৰে নিশা ওৰাঙত বাছৰ খুন্দাত নিহত হয় এগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত লোক।

ওৰাঙৰ গৰুবন্ধাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ অৱস্থাতে বাছখনে মানসিক বিকাৰগ্ৰস্ত লোকজনক খুন্দা মাৰে। এই ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ এছ ১৩ এ চি ০৯৬১।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় ওৰাং আৰক্ষী।

Related Articles