sangbad lahar logo

বিহালীত গোৰ্খা জনগোষ্ঠীৰ ৰমাইলো তিহাৰ উৎসৱ পালন।

পোহৰৰ উৎসৱ দীপাৱলীৰ লগতে গোৰ্খা জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰে ৰমাইলো’ তিহাৰ। গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে কাতি মাহৰ কৃষ্ণ ত্ৰয়োদশীৰ পৰা শুক্লপক্ষৰ দ্বিতীয়লৈকে পাঁচ দিন অতি আনন্দ উল্লাসৰে পালন কৰে এই উৎসৱ। বিহালী সমষ্টি ৰাংছালী সাধুবস্তি গোৰ্খা জনগোষ্ঠী লোকসকলৰ মাজত প্ৰতি বছৰে দেখা যায় পৰম্পৰাগত ৰমাইলো তিহাৰ উৎসৱৰ আয়োজন।পৰম্পৰাগত ভাবে এই উৎসৱত ঘৰৰ অপাই অমংগল দুৰ কৰাৰ বাবে প্ৰথমে কাউৰীক পূজা কৰা হয় । ইয়াৰ পিচতে পূজা কৰা হয় প্ৰভু ভক্ত কুকুৰক। লগতে পোহনীয়া গৰু নিৰোগী হোৱাৰ কাৰণে গৰুক গা ধোৱাই পুজা কৰা হয় এই উৎসৱক গোবৰ্ধন পূজা বুলি কোৱা হয়। তদুপৰি সকলোৰে গৃহস্থৰ চোতালত দেওচি “ভৈলী” গাই গৃহস্থক কুশলে থকাৰ আশীৰ্বাদ দিয়ে।

Related Articles

3 Comments

  • semshutle , January 29, 2023 @ 12:04 am

    what is azithromycin If your tests are negative and you still have no period, it can be hard to keep waiting and to work out what s going on

  • semshutle , February 2, 2023 @ 6:36 am

    how does lasix cause renal failure During heat illness, the body s cooling system malfunctions, and core body temperature goes up

  • majorsite , March 20, 2023 @ 7:23 am

    I’ve been searching for hours on this topic and finally found your post. majorsite, I have read your post and I am very impressed. We prefer your opinion and will visit this site frequently to refer to your opinion. When would you like to visit my site?

Leave a Reply

Your email address will not be published. Required fields are marked *