
বিশ্বনাথ চাৰিআলিত জিন্স পেন্ট পিন্ধাৰ বাবেই এগৰাকী শিক্ষিত মুছলমান যুৱতীক দুৰ্ব্যবহাৰ এজন ইছলাম ধৰ্মী লোকৰ।আনকি জিন্চ পেন্ট পিন্ধি যোৱাৰ বাবে নুৰুল আমিন নামৰ লোক জনে যুৱতী গৰকীক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে যুৱতী গৰাকীক। উল্লেখ যে বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ সমিপৰ আয়োব খান নামৰ লোকজনৰ কন্যাই যোৱা ২৫ তাৰিখে ঘৰৰ কাষৰে ভাৰাতীয়া হিচাপে থকা নুৰুল আমিন নামৰ লোকজনৰ ঘৰৰ পৰা হেডফোন ক্ৰয় কৰিবলৈ গৈছিল।কিন্তু যুৱতী গৰাকীয়ে হেডফোন ক্ৰয় কৰিবলৈ যোৱা মুহুৰ্তত জিন্চ পেন্ট পৰিধান কৰাৰ বাবেই নুৰুল আমিন নামৰ লোকজনে যুৱতী গৰাকীক দুৰ্ব্যবহাৰ কৰাৰ লগতে যুৱতী গৰাকীক গতিয়াই ঘৰৰ পৰা দিয়ে।
55 Comments