sangbad lahar logo

বিশিষ্ট বিজ্ঞানী, প্ৰতিষ্ঠিত লেখক, মহা অৰণ্যৰ স্ৰষ্টা ডঃ অনুজ বৰুৱাৰ দেহাৱসান।

নিউজ ডেস্কঃ সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি। বিশিষ্ট বিজ্ঞানী, প্ৰতিষ্ঠিত লেখক ডঃ অনুজ বৰুৱাৰ দেহাৱসান। মহা অৰণ্য উপন্যাসৰ উপন্যাসিক তথা বিশিষ্ট কৃষি বিজ্ঞানী ডঃ অনুজ বৰুৱাই ৫৭ বছৰ বয়সত মৃত্যুক আকোৱালি লয়। দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ অৱশেষত গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ডঃ বৰুৱাই। বিশিষ্ট বিজ্ঞানী গৰাকীৰ মৃতদেহ নিশা ক্ষেত্ৰীৰ ধুুুপগুৰীস্থিত ”আলহী ঘৰ” ত আনি আজি পুৱা শেষকৃত্য সম্পন্ন কৰে।

প্ৰান্তিকৰ পাতত প্ৰকাশ পোৱা অন্যতম ধাৰাবাহিক উপন্যাস ”মহা অৰণ্য”ৰ স্ৰষ্টা ডঃ অনুজ বৰুৱাই ক্ষেত্ৰীত স্থাপন কৰিছিল “কৃষি জিজ্ঞাস” নামৰ কৃষি পাম আৰু “আলহী ঘৰ” ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *