sangbad lahar logo

বিলাসীপাৰাত NSUI ৰ প্ৰতিবাদ

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো দেখিবলৈ পোৱা গল পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত এন,এছ ইউ আইৰ উত্তাল প্ৰতিবাদ। কোকৰাঝাৰ আৰু ধুবুৰী জিলা এন,এছ,ইউ,আইৰ উদ্দ্যোগত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ হয়। উল্লেখ্য যে পেট্ৰ’ল, ডিজেল,ৰন্ধন গেছৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত বিজেপি চৰকাৰক গো বেক, হাঁয়,হাঁয় ধ্বনিৰে উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *