sangbad lahar logo

বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন কৰিলে প্ৰদেশ কংগ্ৰেছে।

বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন কৰিলে প্ৰদেশ কংগ্ৰেছে। শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত শনিবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাঘবৰৰ বিধায়কজনক। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে শ্বেৰমান আলী আহমেদ। তাৰ পিছতে আজি প্ৰদেশ কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰে বিধায়কজনক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *