বিদেশ ভ্ৰমণ সামৰি অসমলৈ উভতিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আজি ৩ দিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যাব মুখ্যমন্ত্ৰী
বিয়লি ৪ বজাত মোহনবাৰী বিমানবন্দৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী
বিমানবন্দৰৰ পৰা পোনে পোনে যাব ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়লৈ
দেওবাৰে খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে