
সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোঁচৰ তৰিলে বহুজন মহা পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি জহিৰুল ইছলামে। ইছলাম ধৰ্মৰ প্ৰচাৰক আৰু হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি ৰোষত পৰিছে এইবাৰ বহুবল্কী হিন্দু নেতা সত্যৰঞ্জন বৰা । অসম আৰক্ষীক ২৪ ঘন্টাৰ ভিতৰত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ ভাৱে সময় দিলে জহিৰুল ইছলামে ।অসম আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ নকৰিলে সত্যৰঞ্জন বৰাক দেখা পােৱাৰ লগে লগেই শেষ কৰি দিয়াৰ হুংকাৰ দিলে জহিৰুল ইছলামে