sangbad lahar logo

বাণিজ্য বিভাগত সপ্তম স্থানেৰে তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে স্মৃতি ঠাকুৰে ৷

তিনিচুকীয়াৰ মাকুম পথৰ ৰাজেশ ঠাকুৰ আৰু কিৰণ ঠাকুৰৰ কন্যা স্মৃতি ঠাকুৰ ৷ ফলাফল লাভ কৰাৰ পাছতে আনন্দিত হৈ পৰে স্মৃতি ঠাকুৰৰ লগতে পৰিয়ালবৰ্গ আৰু তিনিচুকীয়াবাসী ৷ এইক্ষেত্ৰত পৰিয়ালবৰ্গৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱদানৰ কথা উল্লেখ কৰে স্মৃতিয়ে ৷ স্মৃতি ঠাকুৰে এতিয়া CA কৰাৰ কথা উল্লেখ কৰাৰ লগতে এই পৰ্যন্ত কোন মহাবিদ্যালয়ত নামভৰ্তি কৰিব নিশ্চিত কৰা নাই বুলি সদৰি কৰে ৷

Related Articles