sangbad lahar logo

বস্ত্ৰনগৰী শুৱালকুছিত উখল-মাখল পৰিৱেশ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি শতবাৰ্ষিক মহোৎসৱ উদযাপন  ।

গুৰুজনাৰ ৫৭৫ তম জন্মোৎসৱৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰৰ গুৰুজনাৰ জন্মোৎসৱৰ  শতবাৰ্ষিক মহোৎসৱ উদযাপন ।

ছয়দিনীয়া কাৰ্য্যসূচীৰে ৰূপায়ন কৰা হৈছে শংকৰদেৱ মন্দিৰৰ শতবাৰ্ষিক মহোৎসৱ ।

শতবাৰ্ষিক মহোৎসৱৰ আজি তৃতীয় দিন । তৃতীয় দিনাও হৰিনাম কীৰ্ত্তনৰে মুখৰিত হল বস্ত্ৰনগৰী শুৱালকুছি । গায়ন-বায়ন, খোল-তালৰে পুৱাৰ পৰাই হৰিনাম কীৰ্ত্তনেৰে গুৰুজনাক স্মৰণ কৰে ভক্তপ্ৰাণ ৰাইজে ।

Related Articles