
-বলীউডৰ বেবীডল খ্যাত কন্ঠশিল্পী কণিকা কাপুৰ ক’ৰণা ভাইৰাছত আক্ৰান্ত।
- ৪১ বছৰ বয়সীয়া গায়িকা গৰাকীয়ে ১৫ মাৰ্চত লণ্ডনৰ পৰা লক্ষ্নৌলৈ উভতি আহিছিল ।
- উভতি আহি পৰিয়াল আৰু বান্ধৱীৰ সৈতে এখন পঞ্চতাৰকা হোটেলত শতাধিক লোকৰ উপস্থিতিত সময় কটাইছিল ।
- -বিদেশ ভ্ৰমণৰ সকলো তথ্য গোপনে ৰাখিছিল শিল্পী গৰাকীয়ে ।
- -বৰ্তমান লক্ষ্নৌৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গায়িকা গৰাকী ।