sangbad lahar logo

বলিউদ অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ দেহাৱসান।

নিউজ ডেস্ক : বলিউদ অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ দেহাৱসান। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকীৰ মাতৃ অৰুণা ভাটীয়া, আৰু আজি সামাজিক মাধ্যমযোগে অভিনেতা গৰাকীয়ে সদৰী কৰে নিজ মাতৃৰ দেহাৱসানৰ কথা। আজি পুৱাৰ ভাগত মৃত্যুক সাৱতি লয় অভিনেতা গৰাকীৰ মাতৃয়ে। দীৰ্ঘদীন ধৰি চিকিত্সা চলি থকাৰ মাজতে আজি মৃত্যুক সাৱতি লয় জনপ্ৰিয় অভিনেতা গৰাকীৰ মাতৃয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *