sangbad lahar logo

অৱশেষত ট্ৰেংকুলাইজ কৰা হ’ল যোৰহাটত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকীটো।

বন বিভাগে আজি কিছু সময় পূৰ্বে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় নাহৰফুটুকীটো। লগে লগে এক স্বস্তিৰ নিশ্বাস ত্যাগ কৰিছে অঞ্চলবাসীয়ে। কাৰণ কালিৰে পৰা নাহৰফুটুকীটোক লৈ এক শ্বাসৰুদ্ধকৰক পৰিৱেশৰ সৃষ্টি হৈছিল। ১৩জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল নাহৰফুটুকীটোৱে।

Related Articles