
ডিজিটেল ডেস্ক// ভাৰতবৰ্ষৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে বেংকিং সেৱা সুচাৰুৰূপে চলাই নিয়াৰ ওপৰিও পূৰ্বৰ ধাৰা অটুট ৰাখি বৰ্তমান সময়তো একো একোটা সৰু সৰু দলত মহিলা সকলক প্ৰদান কৰি আহিছে ক্ষুদ্ৰ ঋণ । বন্ধন বেংকৰ ক্ষেত্ৰী শাখাই গ্ৰহণ কৰিছে সুন্দৰ পদক্ষেপ । ক্ষেত্ৰী শাখাই ঋণ প্ৰদানৰ জড়িয়তে মহিলাসকললৈ আগবঢ়াইছে সৰু সৰু ব্যৱসায়ৰ সুবিধা । যাৰ ফলত মহিলা ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজতো বৃদ্ধি পাইছে দায়িত্বশীলতা । বন্ধনে মহিলাসকলৰ বাবে আগবঢ়োৱা ক্ষুদ্ৰ ঋণসমূহৰ ক্ষেত্ৰতো সদায় গ্ৰাহকক বহু সুবিধা প্ৰদান কৰাত প্ৰাধান্য দি আহিছে ।
1 Comment