Skip to content
বন্ধন বেংকে দেখুৱাইছে মহিলাসকলক স্বাৱলম্বীতাৰ পথ
মৰিগাঁৱৰ ভকতগাঁও বন্ধন বেংকৰ শাখাই দাঁতি-কাষৰীয়া অঞ্চলসমুহৰ মহিলাসকললৈ আগবঢ়াইছে বিশেষ সহযোগিতা । লক্ডাউনৰ এই সময়ছোৱাতো কোনো বিঘিনি নঘটাকৈ সম্পূৰ্ণ চৰকাৰী নিৰ্দেশনা মানি বন্ধন বেংকে হিতাধিকাৰীসকললৈ আগবঢ়াইছে বিশেষ সহযোগিতা । গ্ৰাম্য অৰ্থনীতিত মহিলাসকলে দেখিছে স্বাৱলম্বনৰ পথ ।