sangbad lahar logo

বটদ্ৰৱা থানত আৰম্ভ হৈছে গুৰুজনাৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী।

আজিৰে পৰা আৰম্ভ বটদ্ৰৱা থানত আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী। ক’ভিড প্ৰটকল ৰক্ষা কৰি ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত উৎসৱকলৈ আগমন ঘটিছে দুৰ-দুৰণিৰ তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণৱৰ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গুৰু জন্মজয়ন্তীৰ আজি নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰিও ভকত বৈষ্ণৱে অনুষ্ঠিত কৰে চৰিত পাঠ অনুষ্ঠান। বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সকলো ভক্ত বৈষ্ণৱক ক’ভিড প্ৰটকল ৰক্ষা কৰাৰ লগতে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত জন্মজয়ন্তী উৎসৱত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *