sangbad lahar logo

বটদ্ৰৱা গৌৰীনাথ শিৱ মন্দিৰত মহালয়া উদযাপন।

সমাগত শাৰদীয় দুৰ্গোৎসৱ শৰতৰ বতৰত প্ৰকৃতিয়ে ন-ন ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে।কঁহুৱা ফুলবোৰে হালি-জালি নাচিছে লগতে তল-সৰা শেৱালি ফুল বোৰেও আগন্তুক দুৰ্গোৎসৱক আহ্বান জনাই। আজি মহালয়া ধৰাৰ বুকুলৈ নামিব মা-দুৰ্গা,দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বটদ্ৰৱাৰ গৌৰীনাথ শিৱ মন্দিৰটো শাৰদীয় ৰাণীক আঁদৰাৰ ব্যায়াপক প্ৰস্তুতি। বটদ্ৰৱা গৌৰীনাথ শিৱ মন্দিৰৰ পৰিচালনা সমিতিয়ে সম্পূৰ্ণ ক’ভিড নীতি-নিয়মৰ মাজেৰে পূজা ভাগ অনুষ্ঠিত কৰাৰ চেষ্টা কৰিছে। লগতে পৰিচালনা সমিতিয়ে সমগ্ৰ অসমবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *