শুকুৰবাৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্য।২০২১- ২২ পৰ্য্যটন বৰ্ষৰ বাবে শুকুৰবাৰে পুৱা ১০ বজাত অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

35 Comments