টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ বজ্ৰকন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক উপহাৰ দিছিল অলিম্পিক খেলত পিন্ধা গ্ল’ভছযোৰ৷ সেই ঐতিহাসিক গ্ল’ভছযোৰ অৱশেষত বিক্রী হ’ল ৯১ লাখ টকাত।