
.নতুন SOP অনুসৰি গোলাঘাট, লখিমপুৰত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন ব্যৱস্থা।
.কোভিড পৰিস্থিতি উন্নত হোৱা যোৰহাট, বিশ্বনাথ, শোণিতপুৰত শিথিল কৰা হৈছে লকডাউন । .যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
.মৰিগাওঁ আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
.কামৰূপ মহানগৰ জিলাকে ধৰি ২৫ খন জিলাত ৫ বজাৰ পৰা আৰম্ভ হ’ব কাৰ্ফিউ।
.নতুন SOP অনুসৰি পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা।
.৩১ জুলাইলৈ বাহাল থাকিব এই নিৰ্দেশনাসমূহ।
.এই সময়চোৱাত পূৰ্বৰ দৰেই বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, সাপ্তাহিক বজাৰ আদি।