sangbad lahar logo

পুৰণি বিজেপি নহয় , ন বিজেপি ৰমাকান্ত দেউৰীৰ ক্ষোভ । “এনেদৰে দল চলালে দল বেছি দিন নচলে । কংগ্রেছৰ ক্ৰমাৎ জনপ্রিয়তা বাঢ়ি গৈ আছে। বিজেপিৰ মন্ত্রী, বিধায়ক সকলোৱে অসন্তুষ্টিত আছে, কিন্তু ভয়ত মাত মাতিব পৰা নাই । মই তিৱা মানুহ ধৈৰ্য্য কম, মই কম সকলো কথা ।” – বিস্ফোৰক মন্তব্য ৰমাকান্ত দেউৰীৰ ।

পুৰণি BJP নহয় এইবাৰ ন BJP ৰ ক্ষোভ ।
এইবাৰ নেতৃত্বৰ বিৰূদ্ধে মাত মাতিলে মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।
এনেদৰে দল চলালে দল বেছি দিন নচলে বুলি মন্তব্য ৰমাকান্তৰ ।
কংগ্রেছৰ ক্ৰমাৎ জনপ্রিয়তা বাঢ়ি গৈ আছে।
বিজেপিৰ মন্ত্রী, বিধায়ক সকলোৱে অসন্তুষ্টিত আছে কিন্তু ভয়ত মাত মাতিব পৰা নাই ।
মই তিৱা মানুহ ধৈয্য কম, মই কম সকলো কথা ।
সভাপতিয়ে নিজৰ মতে কৰিব পৰা নাই কাম ।
মোকো প্ৰতাৰণা কৰিছে শীৰ্ষ নেতৃত্বই ।
এনেদৰে নিজৰ অসন্তুষ্টি ব্যক্ত কৰে বিধায়ক গৰাকীয়ে ।

Related Articles