sangbad lahar logo

পুনৰ সক্ৰিয় হ’ল ফেচবুক, হোৱাটছ‌এপ, ইনষ্টাগ্ৰাম…

পুনৰ সক্ৰিয় হ’ল ফেচবুক, হোৱাটছ‌এপ, ইনষ্টাগ্ৰাম। সোমবাৰে নিশা প্ৰায় ৯-২০ বজাৰ পৰা সমগ্ৰ বিশ্বজুৰি বিকল হৈ পৰিছিল ফেচবুক, হোৱাটছ‌এপ, ইনষ্টাগ্ৰাম আৰু মেচেঞ্জাৰ‌।মঙ্গলবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত পুনৰ সক্ৰিয় হৈ পৰিছে এই তিনিওটা জনপ্ৰিয় মাধ্যম।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *