sangbad lahar logo

পুনৰ বৃদ্ধি হ’ল পেট্ৰলৰ মূল্য।

পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ, আজি পুনৰ বৃদ্ধি হ’ল পেট্ৰলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰলত বাঢ়িল ৩৫পইচাকৈ আনহাতে প্ৰতিলিটাৰ ডিজেলতো বৃদ্ধি পালে মূল্য । প্ৰতিলিটাৰ ডিজেল বৃদ্ধি পালে ৩৫পইচাকৈ। দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছেগৈ ১০৯.৬৯টকা। প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৯৮.৪২টকা

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *