sangbad lahar logo

পুনৰ বহিঃৰাজ্যত হ. ত্যা. অসমৰ যুৱকক  ! নাগালেণ্ডৰ মন জিলাৰ আংচেঙীয়াত উদ্ধাৰ ২ যুৱকৰ মৃ. ত. দে. হ.  ।

সোমবাৰে পোহৰলৈ আহি্ছে এই ঘটনা ।

অৰ্ধ উলংগ অৱস্থাত মৃ. ত. দে. হ. উদ্ধাৰ হোৱা যুৱক দুজন সোণাৰিৰ বুলি জানিব পৰা গৈছে ।  মৃ. ত. দে. হ. দুটা ললিত নাওহলীয়া আৰু উৎপল তাছা বুলি চিনাক্ত হৈছে ।

২২ ছেপ্টেম্বৰত নাগালেণ্ডলৈ গৈছিল ললিত আৰু উৎপল । ২৩ ছেপ্টেম্বৰত ঘূৰি অহাৰ পথত যোগাযোগ বিচ্ছিন্ন হৈছিল দুয়োজনৰে লগত । তাৰ পাছতে ৰহস্যজনকভাৱে উদ্ধাৰ হয় দুয়োৰে মৃ. ত. দে. হ.  । অৱশ্যে কি কাৰণে তেওঁলোক নাগালেণ্ডলৈ গৈছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই । তেওঁলোকৰ  মৃ. ত. দে. হ.  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত মৃ. ত্যু. ৰ কাৰণ । যুৱকদুজনৰ মৃ. ত. দে. হ.  এটা জলপ্ৰপাতৰ কাষত উদ্ধাৰ হোৱাৰ লগতে এখন বাহনো উদ্ধাৰ হয় ।

Related Articles