পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক ।ভিজিলেন্সৰ দ্বাৰা গ্ৰেপ্তাৰ বিধায়ক শ্বেৰমান আলীক।বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কজনক। গ্ৰেপ্তাৰৰ পাছতে বিশেষ আদালতত হাজিৰ কৰোৱা হৈছে বিধায়কজনক।