sangbad lahar logo

পুত্রৰ সহায় অৰ্থে চৰকাৰৰ ওচৰত প্ৰাৰ্থনা এহাল পিতৃ – মাতৃৰ

বিশ্বনাথ , ৩০ জানুৱাৰী– বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত ৰাংছালীৰ গাঁৱৰ নিৰ্বাসী তপন দাস আৰু দিপাঞ্জলী দাসৰ একমাত্ৰ পুত্র হিৰণ্য দাসৰ এলানি চিকিৎসাৰ বাবে সহায় বিছাৰি কাতৰ অনুৰোধ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ । তপন দাস আৰু দিপাঞ্জলী দাসৰ পুত্র হিৰণ্য দাস জন্মৰে পৰা কথা কৱ নোৱাৰাৰ লগতে কাণেৰে শুনা নেপাই আজি প্ৰায় এইদৰে ৯ বছৰ অতিক্ৰম কৰিলে । হিৰণ্য দাসৰ পিতৃ -মাতৃয়ে বহু চিকিৎসা কৰে যদিও আৰ্থিক দুৰ্বলতাই হেঙাৰ হৈ পৰাত হিৰণ্য দাসৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰাত আজি হিৰণ্য দাসৰ পিতৃ – মাতৃয়ে অসম চৰকাৰৰ লগতে স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক হিৰণ্য দাসৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনায় ।

Related Articles

1 Comment

  • fluessnet , October 25, 2022 @ 12:54 pm

    cialis on line In other cases, ovarian cyst related accidents, such as rupture and hemorrhage or torsion, occur

Leave a Reply

Your email address will not be published. Required fields are marked *