পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ভাৰতৰ।বাংলাদেশৰ সামগ্ৰী কোনো কাৰণতে প্ৰৱেশ কৰিব দিয়া নহ’ব ভাৰতত।বাংলাদেশত উৎপাদিত সামগ্ৰী ভাৰতত প্ৰৱেশ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা।বন্ধ কৰি দিয়া হৈছে ভাৰত-বাংলাদেশৰ বন্দৰ।ভাৰতত থকা বাংলাদেশী সামগ্ৰীৰ বজাৰ সম্পূৰ্ণৰূপে কৰা হ’ব বন্ধ।বাংলাদেশৰ সামগ্ৰী আমদানিত ভাৰত চৰকাৰৰ কঠোৰ নিষেধাজ্ঞা।কেক, চিপচ আদিত সম্পূর্ণ নিষেধাজ্ঞা।কপাহজাত সামগ্রী, প্লাষ্টিক, PVC সামগ্ৰী, ৰং, কাঠৰ সামগ্রী সম্পূৰ্ণৰূপে বন্ধ।বাংলাদেশৰ পৰা ভাৰতলৈ অহা বন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ভাৰতে।বাংলাদেশৰ পৰা অহা মাছ, খোৱাতেলত নাথাকিব এই নিষেধাজ্ঞা।সামুদ্রিক পথ ব্যৱহাৰতো বাধা আৰোপ ভাৰতৰ বিদেশ বাণিজ্য মন্ত্ৰালয়ৰ।বাংলাদেশৰ পৰা অহা কোনো সামগ্ৰী বন্দৰত নমোৱাৰ অনুমতি দিয়া নহ’ব।শনিবাৰে ভাৰত চৰকাৰে বাংলাদেশৰ ওপৰত জাৰি কৰিছে এই কঠোৰ নিষেধাজ্ঞা।পাকিস্তানৰ পাছত এইবাৰ বাংলাদেশৰ বিৰুদ্ধে এক্সন মুডত ভাৰত।