sangbad lahar logo

পবিতৰা অভয়াৰণ্যত মৃত অৱস্থাত উদ্ধাৰ এটা গঁড়

পবিতৰা অভয়াৰণ্যত মৃত অৱস্থাত উদ্ধাৰ এটা গঁড় ৷ বকুলজান বন শিৱিৰৰ কাষত উদ্ধাৰ গঁড়টো ৷ অক্ষত অৱস্থাত আছে গঁড়টোৰ খৰ্গ ৷ বাৰ্ধক্যজনিত কাৰণত গঁড়টোৰ মৃত্যুৰ সন্দেহ বনবিভাগৰ ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *