নৱনিৰ্বাচিত পঞ্চায়ত সদস্যক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।পত্নীৰ সৈতে পঞ্চায়ত অফিচলৈ যাব নোৱাৰিব স্বামী।পঞ্চায়ত কার্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ।স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব।ব্লকত দিনটো বহি থকাৰ বাবে হাৰিব লগা হৈছিল এগৰাকী মহিলা।স্বামী আহি সভাকক্ষত বহি থাকিব নোৱাৰিব।পত্নীক প্রতিনিধিত্ব কৰি পঞ্চায়ত কার্যালয়লৈ আহিব নোৱাৰিব মহিলা প্ৰতিনিধিৰ স্বামী’।পঞ্চায়ত কার্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ সম্পূৰ্ণৰূপে।মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ ঘোষণা।
