তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে baleno বাহনক । baleno খনৰ নম্বৰ AS01DY3700
আনহাতে দুর্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ WB 35 1707,
ট্ৰাক খনৰ চালক দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে । নিশা দুৰ্ঘটনাত নিহত যুৱক দুজন খাৰুপেটীয়া ৰ সন্দ্বীপ দাস (২০) আৰু দ্বীপজ্যোতি বৰ্মন (১৯) বুলি জানিব পৰা গৈছে ।