sangbad lahar logo

নাৰী শক্তি বন্দন বিধেয়কক সমালোচনা AAP ৰ সঞ্জয় সিঙৰ । মোদী চৰকাৰৰ নতুন ‘জুমলা’ বুলি উল্লেখ কৰিছে সঞ্জয় সিঙে ।

‘এয়া মহিলা সংৰক্ষণ বিধেয়ক নহয়, মহিলাক বুৰ্বক সজোৱা বিধেয়ক । মোদী চৰকাৰৰ নতুন ‘জুমলা’ ।

এই বিধেয়কখন ২০২৯ চনৰ পাছতো প্ৰযোজ্য নহ’ব ।

প্ৰধানমন্ত্ৰীৰ উদ্দেশ্য যদি সৎ ২০২৪ তে বিধেয়কখন কাৰ্যকৰীকৰণ কৰক ,  অন্যথা মহিলাসকলক প্ৰতাৰণা কৰা বন্ধ কৰক ।’

নাৰী শক্তি বন্দন বিধেয়কক সমালোচনা AAPৰ সঞ্জয় সিঙৰ ।

 

All reactions:

Related Articles