sangbad lahar logo

নামৰূপ সাৰ কাৰখানাত স্বাস্থ্য , বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

দুদিনীয়া উজনি অসম ভ্ৰমণৰ মাজতে আজি নামৰূপ সাৰ কাৰখানাত উপস্থিত হয় বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ এই চমু ভ্ৰমণ কালত তেওঁ সাৰ কাৰখানা টোৰ পৰিদৰ্শন কৰাৰ লগতে চতুৰ্থ গোট নিৰ্মাণ সন্দৰ্ভত উদ্যোগটোৰ বিষয়া কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *