sangbad lahar logo

নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিং । কনিষ্ঠ ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ ।

দশম শ্ৰেণীৰ ৫ ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ ।

৯ ছেপ্টেম্বৰৰ নিশা ছাত্ৰাৱাসত সংঘটিত হৈছিল ৰেগিং ।

ৰেগিং কাণ্ডক বিদ্যালয় কৰ্তৃপক্ষই গাপ দিয়াৰ অভিযোগ অভিভাৱকৰ ।

১৫ ছেপ্টেম্বৰতহে কৌশলেৰে অভিভাৱকক জনাইছিল বিদ্যালয় কৰ্তৃপক্ষই ।

৯ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচী ।

শিক্ষক দিৱসৰ কাৰ্যসূচীত সহযোগ নকৰাৰ বাবেই প্ৰহাৰ কৰাৰ অভিযোগ ।

DGP জি পি সিঙৰ হস্তক্ষেপত নলবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Related Articles