Skip to content
নগাঁৱৰ ৰহাতো স্ব-নিয়োজনৰ পথ দেখুৱাইছে বন্ধন বেংকে
Home - Banking - নগাঁৱৰ ৰহাতো স্ব-নিয়োজনৰ পথ দেখুৱাইছে বন্ধন বেংকে
দুখীয়া দৰিদ্ৰ ৰাইজৰ বাবে বন্ধন হৈ পৰিছে পথ প্ৰদৰ্শক, স্বাৱলম্বীতাৰ নতুন পথ দিছে বন্ধন বেংকে। বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে দিছে নতুন পথ সৰ্বসাধাৰণ মহিলাক। বন্ধন বেংকৰ ঋণৰ জৰিয়তে বহু দুখীয়া পৰিয়াল হৈছে উপকৃত। ৰাজ্যৰ আন আন স্থানৰ লগতে নগাঁৱৰ ৰহাতো বহু মহিলাক ঋণ প্ৰদান কৰি স্বাৱলম্বীতা কৰি তুলিছে বিত্তীয় প্ৰতিষ্ঠানটোৱে। ক্ষুদ্র ক্ষুদ্র ঋণ লৈ বৰ্তমান বিভিন্ন জনে ব্যৱসায় কৰি আত্মনিৰ্ভৰশীল হৈ উঠিছে । বহিঃৰাজ্যলৈ ঢাপলি নেমেলি নিজ ৰাজ্যত এতিয়া সপোন ৰচিছে অলেখ যুৱক-যুৱতীয়ে।
বন্ধন যেন হৈ পৰিছে এতিয়া অসংখ্যৰ সাৰথি। নগাঁও ৰহাৰ বন্ধন বেংকৰ ঋণেৰে লাভাৱাম্বিত হোৱা একাংশ ব্যৱসায় প্ৰতিষ্ঠানৰ দৃশ্য। ফিৰজ মৰুল কাপোৰৰ দোকান, অনিতা বৰদলৈ, ফাৰ্নিচাৰ, দুলুমনি দেৱী, নিতুল শৰ্মা, পুবালী শৰ্মা আদিয়ে এতিয়া এইদৰে বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানৰ দ্বাৰা লাভাৱাম্বিত হোৱাৰ লগতে হৈ পৰিছে সমাজৰ এক আদৰ্শ। লগতে বন্ধন বেংককো ধন্যবাদ জ্ঞাপন কৰিলে এই সকল ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে।