sangbad lahar logo

নগাঁৱত পুনৰ দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত, আটক ভাড়াঘৰৰ মালিক, ৬ মহিলাসহ উদ্ধাৰ এটি শিশু

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পমখেদি চলোৱা অভিযানত নগাঁও চহৰৰ মাজমজিয়াত উৎখাত হয় এটা দেহ ব্যৱসায়ীৰ ঘাটি। নগাঁও চহৰৰ লক্ষীনগৰৰ ব্যৱসায়িক এলেকাৰ শইকীয়া উপাধিৰ এগৰাকী ব্যক্তিৰ ভাড়াঘৰত চলি থকা এই দেহ ব্যৱসায়ীৰ ঘাটিত অভিযান চলাই নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৬গৰাকী মহিলা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *