নগাঁও জিলাৰ ৰহা সমষ্টিৰ গণেশ হীৰাই নিজ নিজ ৱাৰ্ডত চলাইছে নিৰ্বাচনী প্ৰচাৰ…

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ প্ৰচাৰ তুংগত হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী সকলৰ। আজি নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজান গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডৰ সদস্য হিচাপে প্ৰতিদ্বন্দিতা কৰা গণেশ হীৰা। আজি নিজ নিজ ৱাৰ্ডত চলাইছে নিৰ্বাচনী প্ৰচাৰ আৰু ৰাইজে জনাইছে ব্যাপক সহাঁৰি, এইবাৰ নিৰ্বাচনলৈ দৃঢ় বিশ্বাস প্ৰাৰ্থী গণেশ হীৰাৰ। আগন্তুক দিনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে প্ৰাৰ্থী গণেশ হীৰাই।