sangbad lahar logo

ধলপুৰত ধৰ্ষণ কাণ্ডঃ ৬০ঊৰ্ধৰ বৃদ্ধৰ কামনাৰ বলি হ’ল বিশেষভাবে সক্ষম যুৱতী

লখিমপুৰ জিলাৰ নাওঁবৈছাত সংঘটিত ধৰ্ষণ কাণ্ডৰ ঘটনা মাৰ নৌযাওঁতেই আজি পুনৰ জিলাখনৰ পশ্চিমপ্ৰান্তৰ ধলপুৰত সংঘটিত হৈছে অনুৰুপ ঘটনা ৷ জানিব পৰা মতে, এজন ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল বিশেষ ভাবে সক্ষম এগৰাকী যুৱতী ৷ মানৱ সমাজক লজ্জানত কৰা ঘটনাটো সংঘটিত হৈছে ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পূব ভাতমৌত ৷ ঘটনা সংঘটিত কৰা লম্পট বৃদ্ধক ইতিমধ্যে ধলপুৰ আৰক্ষীয়ে আটক কৰিছে ৷ এই কাণ্ড সংঘটিত কৰিছে একে আৰক্ষী চকীৰ অন্তৰ্গত দুই নং খলিহামাৰী দুৰ্গেশ্বৰ বৰকটকীয়ে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *