
নিউজ ডেস্ক : আজিৰে পৰা মুকলি কৰা হৈছে সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ । সম্পুৰ্ণ কভিড বিধি মানি দৰ্শনাৰ্থীৰ বাবে আজিৰে পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে। কৰোণাৰ ভয়াৱহতাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল সমাধিক্ষেত্ৰ। আজিৰে পৰা ৰাজ্য চৰকাৰে পুনৰ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে।