sangbad lahar logo

দেৰগাঁৱত সাংবাদিকৰ “শৰতৰ আবেলি”, গীত,কবিতা,অভিনয়েৰে জীপাল দেৰগাওঁ

শনিবাৰে দেৰগাঁৱত সাংবাদিক সংগঠন ‘ আপকুৰ’ উদ্যোগত অনুষ্ঠিত হয় “শৰতৰ আবেলি” শীৰ্ষক এক মননশীল অনুষ্ঠানৰ । শৰতৰ বতৰত চহৰখনৰ প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দেৰগাঁৱৰ শিল্পী সকলে পৰিৱেশন কৰে গীত,কবিতা ,অভিনয় । বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীয়ে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত গোলাঘাটৰ চাৰিজনকৈ কৃৰ্তি শিক্ষকক অভিনন্দন জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *