sangbad lahar logo

দেশবিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ বটদ্ৰৱাৰ যুৱক ইকবাল হুছেইনক । পাকিস্তানৰ যুৱকৰ সৈতে লিপ্ত হৈ আছিল দেশবিৰোধী কাৰ্যকলাপত ।

বটদ্ৰৱাৰ গেন্ধুৱা পথাৰৰ যুৱক ইকবাল হুছেইনক গ্ৰেপ্তাৰ CID ৰ ।

ওড়িশাৰ CID ৰ এটা দল আৰু জাজৰি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ।

পাকিস্তানৰ যুৱকৰ সৈতে লিপ্ত হৈ আছিল দেশবিৰোধী কাৰ্যকলাপত ।

Related Articles