দুলীয়াজান থানাৰ আৰক্ষীৰ লগতে চক্ৰ বিষয়া উপস্থিত থাকি মৃতদেহ উদ্ধাৰ কৰা হয় ।
মহিলাগৰাকীৰ স্বামীয়ে হত্যা কৰি শিলৰ দমৰ মাজত ঢাকি ৰাখিছিল ।
হত্যাকাৰীজনক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে ।
সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰসন্থাৰ দুলীয়াজান আঞ্চলিক সমিতি তৰফৰ পৰা ঘটনাৰ উচিত বিচাৰ আৰু হত্যাকাৰীজনৰ কঠোৰ শাস্তি বিচাৰিছে ।