
কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতা কৰা কৃষকসকলে বৃহস্পতিবাৰ পৰা আৰম্ভ কৰিছে সংসদ পদযাত্ৰা। নিৰাপত্তাৰ মাজতে কৃষকসকলে যন্তৰ মন্তৰত চৰকাৰৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ । দিল্লীৰ উপৰাজ্যপাল অনিল বৈজালে ৯ আগষ্ট পৰ্যন্ত এই বিৰোধ প্ৰদৰ্শন কাৰ্যাসূচীৰ বাবে প্ৰতিদিনে সৰ্বাধিক ২০০ জন কৃষকক উপস্থিতিৰ বিশেষ অনুমতি কৰিছে প্ৰদান ।