
দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা সচিব অজিত দুভালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ ভিতৰত বিদ্ৰোহী গোটেৰে শান্তি আলোচনা, আন্তঃৰাজ্যিক সীমান্তৰ বিবাদ এই বিষয়বোৰো থাকিব।