sangbad lahar logo

দহটা বছৰ ধৰি মৈৰাবাৰীৰ বৃহৎ অঞ্চলৰ ৰাইজক SBI লাইফ ইঞ্চুৰেঞ্চৰ জৰিয়তে সেৱা আগবঢ়াই অহাৰ বাবে আশাদ্দুজ জামানক SBI ৰ সম্বৰ্ধনা।

আশাদ্দুজ জামানে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লাইফ ইঞ্চুৰেঞ্চৰ জৰিয়তে ধিং,লাহৰিঘাট,মৈৰাবাৰী এক বৃহৎ অঞ্চলৰ ৰাইজক প্ৰায় দহ বছৰ কাল সেঁৱা আগবঢ়াই অহাৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ কৰ্মকর্তাই মৈৰাবাৰীত উপস্থিত হৈ আশাদুজ জামানক সম্বৰ্ধনা জনায়। আশাদুজ জামানে SBI লাইফ ইঞ্চুৰেঞ্চ ৰ জড়িয়তে এটা দশক সেৱা আগবঢ়াই মৈৰাবাৰীৰ বৃহৎ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনাৰ বাবে মৈৰাবাৰীবাসীও আশাদুজ জামানক অভিনন্দন জনায়। আজি তেখেতৰ বাস গৃহত ষ্টেট বেংক অফ ইণ্ডিয়াৰ নগাঁও জিলাৰ শাখা পৰিচালক অপূৰ্ব দাসৰ লগতে ষ্টেট বেংকৰ নগাঁও জিলাৰ বাণিজ্যিক পৰিচালক ভবেন দুৱৰাৰ নেতৃত্বত এটি দল উপস্থিত হয়। নগাঁও এছ বি আই ব্ৰাঞ্চৰ লাইফ মিত্ৰ আশাদ্দুজ জামান য়ে ২০২১বৰ্ষৰ বাবে JOTC( Jewals of the Crown) ৰ Norms Complete কৰাৰ বাবে আজি নিৰ্ণায়ক চিমৰ ফালৰ পৰাওঁ সম্বৰ্ধনা সম্বৰ্ধনা জনোৱা হয়। আশাদুজ জামানে SBI ৰ বাবে কৰি অহা সেৱাৰ বাবে তেখেতক SBI ৰ ফালৰ পৰা শুভেচ্ছা জনোৱাৰ লগতে অনাগত দিনত সেৱা আগবঢ়াই যাবৰ বাবে পৰামৰ্শ আগবঢ়াই। SBI ৰ দলটি আজি তেখেতৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগেই এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *