sangbad lahar logo

ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা…

বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া দিল্লীৰ ত্ৰিপাক্ষিক বৈঠক বাতিল,
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তলব কৰা স্বত্বেও দিল্লী নাযায় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা,
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীক দিল্লীলৈ মাতি পঠিয়াইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে,
কোৰোনা ৰোগীৰ সংস্পৰ্শলৈ আহি কোৱাৰেন্টাইন হৈ থকা বুলি জনাই মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *