sangbad lahar logo

তিনিচুকীয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য । বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই মৃত ব্যক্তিজনৰ পৰিচয় ।

তিনিচুকীয়া অসামৰিক চিকিৎসালয় সমীপৰ হেম বৰুৱা পথৰ এটি নলাত উদ্ধাৰ মৃতদেহ টো ।

বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই মৃত ব্যক্তিজন ।

তিনিচুকীয়া সদৰ আৰক্ষী উক্তস্থানত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

উক্ত ব্যক্তিজনৰ বয়স 35 ৰ পৰা 40 বছৰৰ ভিতৰত বুলি অনুমান কৰিছে স্থানীয় লোকে ।

ব্যক্তিজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

Related Articles