sangbad lahar logo

ডুবাইলৈ ৰপ্তানি হ’ল অসমৰ ৰঙালাউ

আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , কৃষি মন্ত্ৰী অতুল বৰা আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৱে ডুবাই অভিমুখী অসমত উৎপাদিত ৰঙালাও ৰপ্তানিৰ ফ্লেগ্ অফ্ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *