ডিমৰীয়াৰ বৰবিতলিৰ কাৰ্বি লোক সংস্কৃতিৰ সাধক মুকুল ইংতিৰ পৰলোক প্ৰাপ্তি । ৫ জুনত দিনৰ ১২:৩০ বজাত মৃত্যু হয় এই গৰাকী বিশিষ্ট সমাজ সেৱকৰ । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৫ বছৰ ।

1 Comment